5 Simple Statements About Assamese synonyms Explained

Wiki Article

অনুভূতি, আৱেগ, ইন্দ্ৰিয়বোধ, উপলব্ধি, বাহ্যজ্ঞান, বোধ, ভাবাৱেগ৷

অক্ষয়লোক, অমৃতলোক, অমৰধাম, অমৰলোক, অমৰা, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্ধ্বলোক, ঋভুক্ষ, ত্ৰিদশালয়, ত্ৰিদিৱ, ত্ৰিবিষ্টপ, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্যু, দ্যুলোক, দ্যো, ধ্ৰুৱলোক, নিত্যধাম, পুণ্যলোক, শত্ৰুভৱন, সুখাধাৰ, সুধৰ্মা, সুধৰ্মাসভা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰসভা, সুৰালয়, স্বঃ, স্বাৰাজ্য, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, স্বৰ্লোক, সৰগ৷

অংশুমালী, অৰুণ, অৰ্ক, অৰ্যমা, আদিত্য, চিত্ৰভানু, চিত্ৰৰথ, তপন, দিনমণি, দিবাকৰ, পুষা, প্রভাকৰ, বিভাবসু, বিৰোচন, বিৱস্বান, বেলি, ভানু, ভাস্কৰ, মাৰ্তণ্ড, মিত্ৰ, মিহিৰ, ৰবি, সপ্তাশ্ব, সবিতা, সুৰ, সূৰুয, সূৰ্য৷

অবৈধ প্রণয়িনী, অসতী, ইত্বৰী, উপস্ত্ৰী, কুলটা, দ্বিচাৰিণী, নষ্টা, নাগৰী, ব্যভিচাৰিণী, ভ্ৰষ্টা, ৰক্ষিতা, স্বৈৰিণী৷

অনিদ্রা, উজাগৰ, তন্দ্ৰাহীনতা, নিদ্ৰাহীনতা, বিনিদ্ৰা, সজাগতা৷

অদ্যাৱধি, আজিলৈকে, এতিয়ালৈকে, সদ্যহতে৷

অচল, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, get more info মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷

অব্যাহতি, উদ্ধৰণ, তাৰণ, ত্ৰাণ, নিস্তাৰ, পৰিত্ৰাণ, ৰক্ষণ, ৰক্ষা, ৰেহাই৷

অহৰ্নিশে, অনুক্ষণ, দিবাৰাত্ৰি, নিৰন্তৰ, সকলো সময়তে৷

কপালী, ক্ষণজন্মা, ভাগ্যমন্ত, ভাগ্যৱন্ত, ভাগ্যৱান, সুভগ, সৌভাগ্যৱান, সৌভাগ্যশালী৷

অকৃতজ্ঞ, অশলাগী, কৃতঘ্ন, খাই পাত ফলা, নিমখহাৰাম৷

অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথিৱী, পৃথ্বী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা, সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷

অকণমান, অকণমানি, এখুদমান, এধানমান, কণ, কণমানি, ক্ষুদ্ৰ, খৰ্ব, খৰ্বকায়, সূক্ষ্ম৷

অগণন, অগণনীয়, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

Report this wiki page